🟥খণ্ডঃ-২২৫(১২:৬৯-৭৯)ইউছুফ
খণ্ডঃ-২২৫(১২:৬৯-৭৯)ইউছুফ(Joseph) 🟫ফেঃবুঃ/ব্লগঃ বিশ্লেষণাত্মক কোৰআন চৰ্চা 🟫ইউটিউবঃ একমাত্ৰ-পথ https://youtu.be/c-rKGhEgt7E ।।।। 🏕️মিনি সূচিঃখণ্ডঃ-২২৫(১২:৬৯-৭৯)ইউছুফ 12:69[(Back in Egypt)(ইউছুফে তেওঁৰ সহোদৰ ভায়েকক(কোৰআনত উল্লেখিত নোহোৱা নাম বেঞ্জামিন) নিজৰ ওচৰতে ৰাখিলে আৰু ক’লে, ‘নিশ্চয় ময়েই তোমাৰ সহোদৰ ভাই] 12:70(Yusuf had His Golden Bowl placed in Binyamin's Bag; a Plot to keep Him in Egypt)[✅ঘোষক(Muazzinun) আৰু ঘোষণা(Azzana),(an announcer (Muazzinun) announced (Azzana),] 12:76-77(Yusuf's Brothers accuse Him of Theft. It was such that Allah planned for Yusuf(Joseph), for he would not have been able to take his brother under the King's system, except that God wished it so-12:76-77) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟩১২:৬৯(Back in Egypt) وَلَمَّا دَخَلُوا عَلَىٰ يُوسُفَ آوَىٰ إِلَيْهِ أَخَاهُ ۖ قَالَ إِنِّي أَنَا أَخُوكَ فَلَا تَبْتَئِسْ بِمَا كَانُوا يَعْمَلُونَ আৰু সিহঁতে যেতিয়া ই...