Posts

Showing posts from February 27, 2022

🌐Part-191(10:11-15)Yunus

Part-191(10:11-15)Unus 🔴 https://youtu.be/kpmWlUzenJQ #muktabulhussain video . 🔰মিনি সূচিঃPart-191(10:11-15)Unus 10:11(Allah does not respond to the Requests for Evil like He does with the Requests for Good) 10:12(Man remembers Allah at Times of Adversity and forgets Him at Times of Prosperity)[সীমালংঘনকাৰীৰ/অপচয়কাৰী(مُسْرِفُ) অৰ্থ-see note] 10:13-14(Lessons from the Past)(Now It Is Your Turn) 10:15(Did prophet Muhammad follow or preach anything not found in the Quran?-See Note-1) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔴১০:১১ ۞ وَلَوْ يُعَجِّلُ اللَّهُ لِلنَّاسِ الشَّرَّ اسْتِعْجَالَهُمْ بِالْخَيْرِ لَقُضِيَ إِلَيْهِمْ أَجَلُهُمْ ۖ فَنَذَرُ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا فِي طُغْيَانِهِمْ يَعْمَهُونَ আৰু আল্লাহে যদি মানুহৰ অকল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ (প্ৰাৰ্থনাত সহাঁৰি দিওঁতে) খৰধৰ কৰে, তেন্তে অৱশ্যে সিহঁতৰ মৃত্যুৰ সময় আহি গ’লেহেঁতেন। গতিকে যি...

🌐Part-190(10:4-10)Yunus

Part-190(10:4-10)Unus 🏀 https://youtu.be/CAPiiS34puo #muktabulhussainvideo . 🏀মিনি সূচিঃPart-190(10:4-10)Unus 10:4(The Return of Everything is to Allah)(নিজ কৃতকর্মৰ ফল।) 10:5-6(The sun glow and the moon as a light)(Everything is a Witness to the Power of Allah) 10:7-8(Meeting with Allah-Note)(The Abode of Those Who deny the Hour is Hell-Fire) 10:9(God Guides the Believers. The Good Reward is for the People of Faith and Good Deeds) 10:10[invocation (Da'waa-hum),(salam and its fundamental connotation of inner peace-Note] ।।। 🖼️১০:৪(The Return of Everything is to Allah) إِلَيْهِ مَرْجِعُكُمْ جَمِيعًا ۖ وَعْدَ اللَّهِ حَقًّا ۚ إِنَّهُ يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ لِيَجْزِيَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ بِالْقِسْطِ ۚ وَالَّذِينَ كَفَرُوا لَهُمْ شَرَابٌ مِنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যিসকলে ঈমান আন...

🌀POINTS TO BE NOTED:189(10:1-109)-Yunus

💜189-মিনি সূচিঃPart-189(10:1-3)Yunus  fb 10:1(Note on আলিফ লাম-ৰা✔️(হুৰুফ মুক্কাতাট) 10:2(আল্লাহে সিহঁতৰেই মাজৰ পৰা এজনৰ ওচৰত অহী পঠিয়াইছে) 10:3(To believe that anyone, other than God, can intercede on our behalf to have our sins forgiven or our wishes fulfilled, is to set up partners with God. This is an act of 'shirk'. -See special note) ++ 💜190-মিনি সূচিঃPart-190(10:4-10)Unus 10:4(The Return of Everything is to Allah)(নিজ কৃতকর্মৰ ফল।) 10:5-6(Everything is a Witness to the Power of Allah) 10:7-8(Meeting with Allah-Note)(The Abode of Those Who deny the Hour is Hell-Fire) 10:9(God Guides the Believers. The Good Reward is for the People of Faith and Good Deeds) 10:10[invocation (Da'waa-hum),(salam and its fundamental connotation of inner peace-Note(Peace: (Arabic: salamun). Greeting approved by God. See verse and footnote 6:54)] ++ 💜191-মিনি সূচিঃPart-191(10:11-15)Unu s 10:11(Allah does not respond to the Requests for Evil like He does with the Requests for Good) 10:12(M...

🌐Part-189(10:1-3)Yunus

Part-189(10:1-3)Yunus 🔵 https://youtu.be/iP5P46EhSDA #muktabulhussain. video . 🔵মিনি সূচিঃPart-189(10:1-3)Yunus 10:1(Note on আলিফ লাম-ৰা✔️(হুৰুফ মুক্কাতাট) 10:2(আল্লাহে সিহঁতৰেই মাজৰ পৰা এজনৰ ওচৰত অহী পঠিয়াইছে) 10:3(To believe that anyone, other than God, can intercede on our behalf to have our sins forgiven or our wishes fulfilled, is to set up partners with God. This is an act of 'shirk'. -See special note) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim). 🟣১০:১  الر ۚ تِلْكَ آيَاتُ الْكِتَابِ الْحَكِيمِ আলিফ লাম-ৰা✔️। এইবোৰ প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত। . [10:1] A (Alif), L (Laam), R (Ra); These (Til'ka) are signs (symbols) (Aayaatu) of the Wise (El'Hakiim) Book (El'Kitaabi). . 📍Note on আলিফ লাম-ৰা✔️(হুৰুফ মুক্কাতাট) See link: https://m.facebook.com/story.php?story_fbid=2287309611398970...

🌗Part-188(9:119-129)At-Tawbah(End)

Part-188(9:119-129)At-Tawbah(end) 🔲 https://youtu.be/3htWXJQCjfE Video #muktabulhussain . ⏰মিনি সূচিঃPart-188(9:119-129)(end) 9:122(The Importance of Religious Education-Note) 9:123(For the general circumstances in which fight is permitted-Note)(2:256-No Compulsion in Religion/Freedom) 9:124(Conspiracy of Hypocrites Increases Only Impurity-Note) 9:125(ref- কোৰআন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতি) 9:126(Hypocrites suffer Afflictions) 9:127(আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিয়ে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই-Note) 9:128(rer-যিসকলে পাৰ্থিৱ জীৱনক আখিৰাততকৈ অধিক ভালপায় সিহঁতেই ঘোৰ বিভ্ৰান্তিত নিপতিত) 9:129(‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ আৰু তেওঁ মহা আৰছৰ ৰব’) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔲৯:১১৯ يَا أَيُّهَا الَّذِينَ آمَنُوا ✔️اتَّقُوا اللَّهَ وَكُونُوا مَعَ الصَّادِقِينَ হে মুমিনসকল! তোমা...

🌗Part-187(9:114-118)At-Tawbah

Part-187(9:114-118)At-tawbah 💥 https://youtu.be/RSAoL0C2COs #muktabulhussain . 💥মিনি সূচিঃPart-187(9:114-118)At-tawbah 9:114(ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে-Note) 9:115(প্রমাণ প্রতিষ্ঠিত হোৱাৰ পাছত প্রতিশোধ আহে) 9:116(আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।) 9:117(God is Supporting the Monotheists)(Muhaajireen = Emigrants.  Ansaar = Those who host and support them) 9:118(ভুল ইতিহাস🔷-See note) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 💙৯:১১৪ وَمَا كَانَ اسْتِغْفَارُ إِبْرَاهِيمَ لِأَبِيهِ إِلَّا عَنْ مَوْعِدَةٍ وَعَدَهَا إِيَّاهُ فَلَمَّا تَبَيَّنَ لَهُ أَنَّهُ عَدُوٌّ لِلَّهِ تَبَرَّأَ مِنْهُ ۚ إِنَّ إِبْرَاهِيمَ لَأَوَّاهٌ حَلِيمٌ আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, সি আল্লাহৰ শত্ৰু তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিলে। নিশ্চয় ইব্ৰ...

🌗Part-186(9:111-113)At-Tawbah

Part-186(9:111-113)At-Tawbah 💜 https://youtu.be/I1UGH9C3boQ #muktabulhussain (এই খণ্ডটো গোটেই চুৰাটোৰ সাৰাংশ। গতিকে বুজিবৰ বাবে ওপৰৰ ভিডিঅ'টো চোৱাটো অত্যন্ত জৰুৰী) . 💚মিনি সূচিঃPart-186(9:111-113) 9:111(Allah has purchased the Souls and Wealth of the Believers in Return for Paradise-Sp notes) 9:112(THE BELIEVERS ACCEPT THIS GUIDANCE-see notes) 9:113(Supplications and sympathy for disbelievers is not permitted.Note of ABRAHAM'S CONFLICT WITH HIS FATHER) ।।। ❤️৯:১১১(Allah has purchased the Souls and Wealth of the Believers in Return for Paradise). ۞ إِنَّ اللَّهَ اشْتَرَىٰ مِنَ الْمُؤْمِنِينَ أَنْفُسَهُمْ وَأَمْوَالَهُمْ بِأَنَّ لَهُمُ الْجَنَّةَ ۚ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ فَيَقْتُلُونَ وَيُقْتَلُونَ ۖ وَعْدًا عَلَيْهِ حَقًّا فِي التَّوْرَاةِ وَالْإِنْجِيلِ وَالْقُرْآنِ ۚ وَمَنْ أَوْفَىٰ بِعَهْدِهِ مِنَ اللَّهِ ۚ فَاسْتَبْشِرُوا بِبَيْعِكُمُ الَّذِي بَايَعْتُمْ بِهِ ۚ وَذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি🔰 লৈছে (ইয়া...

🌗Part-185(9:105-110)At-Tawbah

Part-185(9:105-110)At-Tawbah ✅ https://youtu.be/xPRhPGbcECg #muktabulhussain . ⏰মিনি সূচিঃPart-185(9:105-110) 9:105(Warning the Disobedient) 9:106(Judgement day-waiting for God's decision; either He will punish them, or He will pardon them) 9:107-108(Masjids that Oppose God and His Messenger-Note)(Do Not Pray in Those Masjids) 9:109-110✔️(Difference between,Who has established his building At-Taqwa and building on an edge  of a collapsing cliff-যি ব্যক্তিয়ে তাৰ ঘৰৰ ভেঁটি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰে সি উত্তম, নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভেঁটি স্থাপন কৰে খহি পৰিব ধৰা গৰাৰ কাষত?)  ।।। ✅৯:১০৫(Warning the Disobedient) وَقُلِ اعْمَلُوا فَسَيَرَى اللَّهُ عَمَلَكُمْ وَرَسُولُهُ وَالْمُؤْمِنُونَ ۖ وَسَتُرَدُّونَ إِلَىٰ عَالِمِ الْغَيْبِ وَالشَّهَادَةِ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ আৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও। অনতিপলমে তোমালোকক ওভোতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্যৰ জ্ঞানীৰ ওচৰত; অৱশেষত তেৱে...