Posts

Showing posts with the label 288(19:66-82)Maryam

🎁288(19:66-82)Maryam(Mary)

📕288(19:66-82)Maryam(Mary) 📕 https://youtu.be/9vEM37Si4xA ।।। 📕মিনি সূচিঃ288(19:66-82)Maryam( ১৯:৬৬-৬৭(Resurrection and Judgment) ১৯:৬৮("satanic force")(Special Warning to the Leaders) ১৯:৬৯-৭১(সেই দিনা প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য তেওঁক টানি উলিয়াই আনি শাস্তি বিহা হ'ব।) ১৯:৭১(Everyone Sees Hell) ১৯:৭২(তাক্বৱা অৱলম্বন কৰাসকল বাচি যাব) ১৯:৭৫(যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব) ১৯:৮১✅(আল্লাহৰ নামৰ বাহিৰেও আন নাম উল্লেখ কৰি আনন্দ লোৱাটোও মূৰ্তিপূজাৰ শ্ৰেণীত পৰে-See Note) ১৯:৮২(সেইদিনা উপাস্যবোৰে নিজৰ উপাসক সকলক অস্বীকাৰ কৰিব) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟢১৯:৬৬(Resurrection and Judgment). وَيَقُولُ الْإِنْسَانُ أَإِذَا مَا مِتُّ لَسَوْفَ أُخْرَجُ حَيًّا আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’? . 🟢১৯:৬৭ أَوَلَا يَذْكُرُ الْإِنْسَانُ أَن...