🟣Al-Imran[Part-49(3:31-36)]
Part-49(3:31-36)-Quran Assamese/Eng. . POINS TO BE NOTED:Part-49(3:31-36) 1)-3:31-32(Obey Allah and Obey the Messenger-see Notes). 2)-3:33(Family of Imran and Maryam's (Mary) Birth). 3)-3:34(Muhammad belongs to the same progeny of Abraham through Ishmael, and Jesus belongs to it through the family of ‘Imran). 4)-3:36(Birth of Mariyam)(Rajam is not Stonning in Hajj-see Note-2). . আজিৰ এই খণ্ডৰ ভিদিঅ'ত শ্ৰদ্ধেয় জোনাব মুক্তাবুল হুছেইন চাহাবে বেছি ভাগ সময় বিশেষকৈ ৩:৩১-৩২ আয়াতত থকা "OBEY ALLAH AND OBEY THE MESSENGER" এই বিষয়ৰ ওপৰত ভাষণ দিলে। কাৰণ শেষ বিচাৰৰ পাচত এই আয়াতৰ ওপৰত কেনেকৈ আমল কৰিছিল তাৰ ওপৰত নিৰ্ভৰ কৰিব কোন কলৈ যাব। গতিকে ইমান সহজ আৰু শুদ্ধ ভাৱে দিয়া ভাষণৰ পাছত লিখিবলৈ বিশেষ একো নেথাকে। এই আয়াতৰ(৩:৩২) 🩸শেষত এটা ডাঙৰ কথা কৈছে তাক মন কৰিব। এই আয়াতংশ কোৰআনত আল্লাহে প্ৰায় ৩৩০ত কৈয়ো বেছিকৈ হুকুম কৰিছে। কিন্তু, ইয়াত এই আয়াতৰ আৰম্ভণিহে। ইয়াত কেৱল OBEY ALLAH AND OBEY THE MESSENGER ৰ নো কি বুজাব খুজিছে তাৰ বিষয়হে দিয়া হৈছে। ।।।। 🌈এই ক্ষেত্ৰত সকলোৰে মনত ...