🌀🟩17-মিনি সূচিঃPart-258(17:01-111)Banî Israel
📍মিনি সূচিঃPart -258(17:01-10)Banî Israe -FB আগকথাঃIntroduction:Sections. 17:1(✅Ishra(ishra-miraj)-See imp Notes) 17:2(Revelation to Musa as 17:1) 17:10(✅কোৰআন: আমাৰ পৰিত্রাণৰ উপায়) . 📍মিনি সূচিঃPart- 259(17:11-22)Banî Israel -fb 17:12(তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা* কৰিছো।) 17:13(✅Predestination-ভাগ্য-SEE IMP NOTE) 17:14(✅আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।-note) 17:15(No bearer of burdens shall be made to bear another" burden-Note) 17:18(✅আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰি থাকা)(যদি কয়,পৃথিৱীতেই দি দিয়া’। আখিৰাতত তাৰ বাবে কোনো অংশ নাই।-Note) 17:19(✅Imp-رَبَّنَا آتِنَا فِي الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ حَسَنَةً وَقِنَا عَذَابَ النَّارِ-ref) 17:20(ref:যিয়ে আখিৰাতৰ ফচল কামনা কৰে তাৰ বাবে আমি তাৰ ফচল বৃদ্ধি কৰি দিওঁ আৰু যিয়ে পৃথিৱীৰ ফচল কামনা কৰে আমি তাক তাৰ পৰা অকণমান দিওঁ। কিন্তু আখিৰাতত তাৰ বাবে একো নাথাকিব।) 17:21-22[(Major Commandments: ✅✅তেৱেঁই সত্য ইলাহ আকাশত আৰু তেৱ...