Posts

Showing posts with the label 🌕Part-141(07:01-09)HurufMuqattat.RasolWarnedOnlyByQuran.AllahOurWaliNotOtherAwlia.GoodDeedsHeavyBalance

🌕Al-Aa'raf[Part-141(07:01-09)]

Part-141(07:01-09) ছুৰা আল-আ'ৰাফ 🏀 https://youtu.be/JyysApV2Bec #muktabulhussain ।।।।  🏀মিনি সূচিঃPart-141(07:01-09) আগকথাতঃ এই ছুৰাটো এই জীৱনৰ বাবে প্রযোজ্য। 7:1(হুৰুফ মুক্কাতাট-See note) 7:2-3{ৰছুলে কেৱল কোৰআনৰ দ্বাৰা মানুহক সতৰ্ক কৰিছিল।)(আমাৰ প্ৰতি আল্লাহৰ হুকুম হৈছে, কোৰআন অনুসৰণ কৰা আৰু আল্লাহৰ বাহিৰে আন কাকো অভিভাৱক(আউলিয়া)ৰূপে অনুসৰণ নকৰিবা} 7:8{শেষ বিচাৰত যাৰ তৰ্জুসমূহ গধুৰ হ’ব(with good deeds per Quran)সফলতা অৰ্জন কৰিব-Note} 7:9(যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে কোৰআনৰ প্ৰতি অন্যায় কৰিছিল-২৫:৩০) ।।।। 🏀আগকথাঃ  A’raaf = The heights of intellect = Stature of those endowed with faculty of discernment = The high degrees of those who are better able to distinguish between right and wrong. The term A’raaf appears in this Surah in verses 46 and 48. ‘Urf = The most elevated part of anything = Easily discernible. A’raaf = Plural, Heights. This is the 7th Surah of the Qur’an. It has 206 verses. দুর্ভাগ্যবশত, গোঁড়া মুছলিম পণ্ডিতসকলৰ অৰ্থাৎ যিসকলে কোৰআ...