🟦Part-277(18:64-75)Al-Kahf(The Cave)
⬛Part-277(18:64-75)Al-Kahf(The Cave) ⬛ https://youtu.be/ET4pmdTgh64 -Mukta . ⬛মিনি সূচিঃPart-277(18:64-75)Al-Kahf 18:64(note-the disappearance of the fish indicated the point at which their quest was to end-18:60) 18:65(আল্লাহৰ এজন বান্দাৰ সাক্ষাৎ পালে- কোৰআনত নথকা মুছা-খিজীৰ(আ:ছা:) কাহিনীৰ লিংক)(From this point on the young friend suddenly disappears)(অদৃশ্য বিষয়ৰ জ্ঞান-see BB-ref) 18:66-75(চমুকৈ: আল্লাহৰ বান্দাৰ পৰা মুছাই (আ:ছা) শিক্ষা লব বিছাৰিলে। তেওঁ স্বত্ব দিলে ধৈৰ্য্যৰ। তেওঁ নাওখন ফুটাই দিলে, মুছাই ধৈৰ্য্য ধৰিব নোৱাৰি প্ৰশ্ন কৰি স্বত্ব ভংগ কৰিলে। মুছাই ক্ষমা খুজিলে। এটা সৰু ল'ৰা হত্যা কৰা দেখি মুছাই আকৌ প্ৰশ্ন কৰি স্বত্ব ভংগ কৰিলে।তেওঁ ক’লে, ‘মই আপোনাক কোৱা নাছিলোনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিব’১৮:৭৫?) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟩১৮:৬৪ قَالَ ذَٰلِكَ مَا كُنَّا نَبْغِ ۚ فَارْتَدَّا عَلَىٰ آثَارِهِمَا قَصَصًا তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধা...