🟤Al-Anfãl[Part-170(08:56-64)]
Part-170(8:56-64)Al-Anfãl 🔊 https://youtu.be/zSsgT7m_t8k . 🔘মিনি সূচিঃPart-170(8:56-64) 8:56(War and Peace)(Covenants, Disbelievers) 8:57(If War) 8:58(আল্লাহে চুক্তি ভঙ্গকাৰীসকলক পছন্দ নকৰে।) 8:62-64(God Suffices the Believers) . ✳️টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ☎️৮:৫৬(Covenants, Disbelievers) الَّذِينَ عَاهَدْتَ مِنْهُمْ ثُمَّ يَنْقُضُونَ عَهْدَهُمْ فِي كُلِّ مَرَّةٍ وَهُمْ لَا يَتَّقُونَ যিসকলৰ পৰা তুমি অঙ্গীকাৰ লৈছা, তাৰ পিছতো সিহঁতে বাৰে বাৰে সিহঁতৰ অঙ্গীকাৰ ভঙ্গ কৰে, আৰু সিহঁতে তাক্বৱা অৱলম্বন নকৰে। . [8:56] the ones (Ellaziina) with whom (Min'hum') you (s) have made an agreement (Ååhadtta), but (Thumma) they violate (Yanquduuna) their agreement (Åh'da-hum') at (Fii) all (Kulli) times (Marratin), and (Wa) they (Hum') do not (Laa) reverence (Yattaquun). . 🐧Verse: 8:56 Those with whom you have made a peace treaty, and then at every opportunity they break their treaty, cer...