Posts

Showing posts with the label 🔴Part-97(4:163-169)DaudToZabur.MusaTalkToGod.ImpOfQuran.RasolForDeliveringWarning.KafirInHellForever

🔴An-Nisa[Part-97(4:163-169)]

Part-97(4:163:169) 🌈 https://youtu.be/e3wr6db0tLY (#muktabulhussain) . 🌈আজিৰ মন্তব্য: মুছাই(আ:ছা:)আল্লাহৰ লগত কথা পাতিছিল। কোৰআন অৱতীৰ্ণৰ তাৎপৰ্য আৰু ৰছুলসকলৰ একমাত্ৰ কাম হৈছে: মানুহক সুসংবাদ আৰু সতৰ্ক কৰা। . 🌈চমু-সূচি:97(4:163:169) 4:163-164{Zabur to Daud(a.s.),Names of Prophets,Allah spoke directly to Musa(a.s)}. 4:165(আল্লাহে ৰাছুলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰীৰূপেই প্ৰেৰণ কৰে।). 4:166(আল্লাহে কোৰআন অৱতীৰ্ণ কৰিছে সাক্ষীৰ সৈতে নিজ জ্ঞানৰ ভিত্তিত,যাতে কোনেও অভিযোগ কৰিব নোৱাৰে- নোট চাওঁক). 4:167-169(Those who reject Allah's Laws and perpetrate zulm will not find protection from Allah and will remain in Hell forever). ।।।। 🌈৪:১৬৩ ۞ إِنَّا أَوْحَيْنَا إِلَيْكَ كَمَا أَوْحَيْنَا إِلَىٰ نُوحٍ وَالنَّبِيِّينَ مِنْ بَعْدِهِ ۚ وَأَوْحَيْنَا إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ وَيَعْقُوبَ وَالْأَسْبَاطِ وَعِيسَىٰ وَأَيُّوبَ وَيُونُسَ وَهَارُونَ وَسُلَيْمَانَ ۚ وَآتَيْنَا دَاوُودَ زَبُورًا নিশ্চয় আমি তোমাৰ ওচৰত অহী প্ৰেৰণ কৰিছো, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি...