🕋Part-239(14:35-44)Ibrahim
Part-239(14:35-44)Ibrahim 🟣 https://youtu.be/ExwcwDnL1-E (🛡️WORD BY WORD MEANING-SEE BOTTOM) ।।।। 🏕️মিনি সূচিঃPart-239(14:35-44)Ibrahim 14:35-37(ABRAHAM SEEKS PROTECTION) 14:35✅[নবী ইব্ৰাহীমৰ(আঃছাঃ)নিৰাপদ চহৰৰ (কা'বা) দোৱা- Broad Notes] 14:38(আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই আল্লাহৰ পৰা গোপন নহয়’।) 14:39(আল্লাহে ইব্ৰাহিমক-আ:ছা:- বৃদ্ধ অৱস্থাত ইছমাঈল আৰু ইছহাক্বক দান কৰিছিল।-see ref) 14:40✅(DUA-The Salat : Gift From God-رَبِّ اجْعَلْنِي مُقِيمَ الصَّلَاةِ وَمِنْ ذُرِّيَّتِي ۚ رَبَّنَا وَتَقَبَّلْ دُعَاءِ) 14:41✅✅(14:41 the prayer for forgiveness on the Day of Judgement, is not a prayer given by God, it was a prayer spoken by Abraham-Analytical Notes) 11:42(আল্লাহ কেতিয়াও অমনোযোগী নহয়) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ABRAHAM SEEKS PROTECTION: 🟣১৪:৩৫ وَإِذْ قَالَ إِبْرَاهِيمُ رَبِّ اجْعَلْ هَٰذَا الْبَلَدَ آمِنًا وَاجْنُبْنِي وَبَنِيَّ أَنْ نَعْبُدَ الْأَصْنَامَ আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰা...