Posts

Showing posts from December 19, 2021

⚫ Al-An'am[Part-129(06:83-90)]

Part-129(6:83-90) 📕 https://youtu.be/nqm9zCmQ9ZY (#muktabulhussain) .  📕মিনি সূচিঃPart-129(6:83-90) 6:83(Allah taught Abraham against his people. Allah exalt people in ranks when they follow Our laws-Note of 4:125)(In these verses, 18 names of prophets are mentioned and they are praised by God- See Notes) 6:84(Prophets) 6:87(This verse also negates the myth of Virgin Birth) 6:88(যিসকলে শ্বিৰ্ক কৰিব, তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ যাব।) 6:89-90(Those (6:83-86) are the ones to whom Allah gave  the Book 1 , the Judgement 2  and (Wa) Prophethood 3) . 📕৬:৮৩ وَتِلْكَ حُجَّتُنَا آتَيْنَاهَا إِبْرَاهِيمَ عَلَىٰ قَوْمِهِ ۚ نَرْفَعُ دَرَجَاتٍ مَنْ نَشَاءُ ۗ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٌ আৰু এইটোৱেই আমাৰ যুক্তি-প্ৰমাণ* যিটো ইব্ৰাহীমক দিছিলো তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ, আমি যাক ইচ্ছা কৰো** উচ্চ মৰ্যাদা দান কৰো। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ। (Ahle-Kitab, Prophets and Books, see the link: https://m.facebook.com/story.php?story_fbid=2311837518946179&id=100003598598517 ) . [6...

⚫ Al-An'am[Part-127(06:65-71)]

Part-127(6:65-71) 🌳 https://youtu.be/AQ7e1yST0iU (#muktabulhussain) . 🌳আজিৰ গুৰুত্বপূৰ্ণ মন্তব্য: যিসকলে কোৰআনৰ মতে চলে তেওঁলোকে কেৱল আনক ৱহী জনাই দিব লাগে। আনে কি ভাৱে সেইটোৰ তেওঁৰ দায়িত্ব নহয়। সেইসকলক কেৱল উপদেশ দিয়া দৰকাৰ যাতে তেওঁলোকে যি ভুল কৰি আছে তাৰ পৰা বিৰত থাকে-৬:৬৯।।  ।।।।  🌳মিনি সূচিঃPart-127(6:65-71) 6:65(Violation of Allah's laws can inflict you from the top in the form of tyrannical rule ets-see note)(Quran Explain itself-note) 6:66-67(যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আল্লাহে সিহঁতক ধ্বংসৰ পিনে লৈ যাব যে, সিহঁতে গমেই নাপাব।) 6:68(যি কোৰআনৰ আয়াতবোৰক সচাঁক মিছা কৰি চুপতি কৰে, তাৰ পৰা আঁতৰত থাকিব, এওঁলোকেই জালিম-Note) 6:69(যিসকলে কোৰআনৰ মতে চলে তেওঁলোকে কেৱল আনক ৱহী জনাই দিব লাগে। আনে কি ভাৱে সেইটোৰ তেওঁৰ দায়িত্ব নহয়। সেইসকলক কেৱল উপদেশ দিয়া দৰকাৰ যাতে তেওঁলোকে যি ভুল কৰি আছে তাৰ পৰা বিৰত থাকে) 6:70(দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ নকৰিব) 6:71(The evil impulses (shayatin) within the hearts of "those who are bent on denying the truth-see note) . 🌐টোকাঃ...

⚫ Al-An'am[Part-124(06:33-44)]

Part-124(6:33-44) 🔵 https://youtu.be/QRVgJJKSEgE (#muktabulhussain) .  🔵মিনি সূচিঃPart-124(6:33-44) 6:33(যালিমসকলে💥 আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।-Note) 6:34(আল্লাহৰ বাণীসমূহৰ((Kalimaati-llahi)) কোনো পৰিবৰ্তনকাৰী নাই।"God's way" (sunnat Allah-سُنَّةَ اللَّهِ -See sp note) 6:35(God wants His servants to reflect and make free choices-Note) 6:36(যিসকলে শুনা পায় কেৱল সিহঁতেই আহ্বানত সঁহাৰি দিয়ে।) 6:37(কোৱা, ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰো। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’12:108- Note) 6:38(কোৰআনত আল্লাহে একো বাদ দিয়া নাই)(প্ৰতিটো প্ৰাণী  প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত)-Note 6:39(আয়াতসমূহক যি অস্বীকাৰ কৰে, সিহঁত কলা আৰু বোবা, অন্ধকাৰত আছে।-Note) 6:40-44(সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছো, যাতে সিহঁতে অনুনয় বিনয় কৰে- see notes on every verse) ।।।। 🔵৬:৩৩ قَدْ نَعْلَمُ إِنَّهُ لَيَحْزُنُكَ الَّذِي يَقُولُونَ ۖ فَإِنَّهُمْ لَا يُكَذِّبُونَكَ وَلَٰكِنَّ الظَّالِمِينَ ...