🌐Part-202(10:101-109)Yunus(End)
PART-202(10:101-109)Yunus-end 🟢 https://youtu.be/bwlZrCO3uC8 #muktabulhussain Video on 15.03.2022 . 🔰মিনি সূচিঃPART-202(10:101-109-End)Yunus (👉this✅sign marked Important👈) 10:101(The Command to reflect upon the Creation of the Heavens and the Earth) 10:103✅(Put Your Full Trust InGod)(ref- কোৰআন বুজি যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।) 10:104✅(ref-তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।) 10:107(All Power Belongs To God-Affliction, relief or bounty from God must draw our attention to His laws) 10:108✅(সত্য(الْحَقُّ-কোৰআন) আহি পাইছে। গতিকে যিয়ে সৎপথ অৱলম্বন কৰিব সি নিজৰ মঙ্গলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ’ব..) 10:109✅(ৰছুলৰ প্ৰতি যি অহী অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰেই অনুসৰণ কৰা, অৰ্থাৎ কোৰআন) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟢১০:১০১(The Command to reflect upon the Creation of the Heavens and the Earth). قُلِ ...