Posts

Showing posts with the label ☪️PART-234(13:38-43)Ar-Ra'ad

☪️PART-234(13:38-43)Ar-Ra'ad

PART-234(13:38-43)Ar-Ra'ad 🟪 https://youtu.be/_XosCNxVdYA . 🏕️মিনি সূচিঃPART-234(13:38-43)Ar-Ra'ad 13:38(A list of Miracles-Note) 13:40(Punishment is by Allah, and the Messenger's Job is only to convey the Message) 13:42(The Disbelievers plot, but the Believers gain the Good End) 13:43(Allah and those who have Knowledge of the Scripture are Sufficient as Witness to the Message of the Prophet) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟪১৩:৩৮ وَلَقَدْ أَرْسَلْنَا رُسُلًا مِنْ قَبْلِكَ وَجَعَلْنَا لَهُمْ أَزْوَاجًا وَذُرِّيَّةً ۚ وَمَا كَانَ لِرَسُولٍ أَنْ يَأْتِيَ بِآيَةٍ إِلَّا بِإِذْنِ اللَّهِ ۗ لِكُلِّ أَجَلٍ كِتَابٌ আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহু ৰাছুল প্ৰেৰণ কৰিছিলো আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলো। আল্লাহৰ অনুমতি অবিহনে কোনো নিদৰ্শন উপস্থিত কৰা কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে। . 📍Note/ref-1 link.... https://muktabulra...