🟢Al-Baqarah[Part-6(2:40-46)]
6-2:40-46-Quran-Muktabul(📍2:40-103 about Bani Israel) https://youtu.be/U14rjdjF5i8 ⬇️⬇️⬇️ Analysis by raf ✅২:৪০🟣(Divine Commandments to All Jews: "You Shall Believe in This Quran.") . يَا بَنِي إِسْرَائِيلَ اذْكُرُوا نِعْمَتِيَ الَّتِي أَنْعَمْتُ عَلَيْكُمْ وَأَوْفُوا بِعَهْدِي أُوفِ بِعَهْدِكُمْ وَإِيَّايَ فَارْهَبُونِ হে ঈছৰাঈলৰ বংশধৰসকল! তোমালোকে মোৰ সেই অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যি অনুগ্ৰহ মই তোমালোকক প্ৰদান কৰিছিলো আৰু তোমালোকে মোৰ অঙ্গীকাৰ📌 পূৰণ কৰা তেনেহ’লে ময়ো তোমালোকৰ অঙ্গীকাৰ পূৰণ কৰিম । আৰু তোমালোকে কেৱল মোকেই ভয় কৰা। (📌 প্ৰসঙ্গ সংগতিৰ বাবে এই আয়াতৰ তলত গুৰুত্বপূৰ্ণ আয়াত কিছুমান দিয়া হৈছে)। . 2:40 (One example is that of the Israelites.) O Children of Israel! Remember My blessings that I bestowed upon you (when you were following My commandments). Fulfill your promise to Me and I will fulfill My promise to you. And fear none but Me. Note:- Fear the consequences of violating Divine Commands. 2:47 , 2:83 , 2:122 , 3:61 , ...