Posts

Showing posts with the label 🟥খণ্ডঃ-২২১(১২:৩৬-৪০)ইউছুফ

🟥খণ্ডঃ-২২১(১২:৩৬-৪০)ইউছুফ

খণ্ডঃ-২২১(১২:৩৬-৪০)ইউছুফ(Joseph) ফেঃবুঃ/ব্লগঃ বিশ্লেষণাত্মক কোৰআন চৰ্চা ইউটিউবঃ একমাত্ৰ-পথ 🟨 ( https://youtu.be/qb-fxy5GOic ) 🔵Introduction & Architecture of Ch-12 Yusuf(Joseph)-Part-1/3 https://youtu.be/qIZvQznt3Ug ।।। 🏕️মিনি সূচিঃখণ্ডঃ-২২১(১২:৩৬-৪০)ইউছুফ 12:36(In the Prison-Two Jail Mates ask Yusuf to interpret their Dreams) 12:38✅(ইব্ৰাহীমৰ মিল্লাত মানা কি?-Note) 12:39(There is no lord Besides God-Note/Link) 12:40✅(বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’-Note) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟨১২:৩৬ وَدَخَلَ مَعَهُ السِّجْنَ فَتَيَانِ ۖ قَالَ أَحَدُهُمَا إِنِّي أَرَانِي أَعْصِرُ خَمْرًا ۖ وَقَالَ الْآخَرُ إِنِّي أَرَانِي أَحْمِلُ فَوْقَ رَأْسِي خُبْزًا تَأْكُلُ الطَّيْرُ مِنْهُ ۖ نَبِّئْنَا بِتَأْوِيلِهِ ۖ إِنَّا نَرَاكَ مِنَ الْمُحْسِنِينَ তেওঁৰ লগতে আৰু দুজন যুৱক কাৰাগাৰত ...