Posts

Showing posts with the label 🍒Part-294(20:65-76)Tã Hã

🍒Part-294(20:65-76)Tã Hã-ত্বা-হা

🛑Part-294(20:65-76)Tã Hã-ত্বা-হা 📽️ https://youtu.be/9Rb1LVVofcE Muktabul  ✍️ Written Syedraf. ।।। 🛑মিনি সূচিঃPart-294(20:65-76)Tã Hã 20:65-68(মুছাৰ-আ:ছা: লগত যাদুকৰৰ প্ৰতিযোগিতা) 20-69(মুছাৰ-আ:ছা: লাঠি সাপহৈ আনবোৰক খালে) 20:70(যাদুকৰবোৰ হাৰিল আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল, অৰ্থাৎ ইমান আনিলে।) 20:71(ফিৰাউনে ক'লে, মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম) 20:72(The Determination and Courage of Muslims) 20:74(জাহান্নাম, সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।) 20:75-76(যিসকলে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবেই আছে উচ্চ মৰ্যাদা।) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟩২০:৬৫ قَالُوا يَا مُوسَىٰ إِمَّا أَنْ تُلْقِيَ وَإِمَّا أَنْ نَكُونَ أَوَّلَ مَنْ أَلْقَىٰ সিহঁতে ক’লে, ‘হে মুছা! হয় তুমি আগতে নিক্ষেপ কৰা নহ'লে আমিয়ে প্ৰথম নিক্ষেপকাৰী হম’। . 🟩২০:৬৬ قَالَ بَلْ أَلْقُوا ۖ فَإِذَا حِبَالُهُمْ وَعِصِ...