Posts

Showing posts with the label 🔵Part-111(05:54-59)OurWaliAllah.SalatZakat.AllahPartySatanParty.Don'tFriendKafir.NoAznNoSalatulJummah

🔵 Al-Maidah[Part-111(05:54-59)]

Part-111(5:54-59) 🧿 https://youtu.be/gFqQsx_DEGg (#muktabulhussain) . 🧿 Today's Remarks: (you call (📢Naadai'tum’)=Not Azan)(জুমুআৰ-الْجُمُعَةِ দিনা= Not salatul Jummah)-5:58 .  🧿মিনি সূচিঃ111(5:54-59) ৫:৫৪(মুমিনসকল মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ-নোট) ৫:৫৫(তোমালোকৰ বন্ধু(ৱলি-وَلِيُّ) কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে-নোট) ৫:৫৬(আল্লাহৰ দল💥, বিপৰীতে চয়তানৰ দল-নোট) ৫:৫৭(কাফিৰসকলক তোমালোকে বন্ধুৰূপে গ্ৰহণ নকৰিবা-নোট) ৫:৫৮(you call (📢Naadai'tum’)=আজান দিয়া নহয়-নোট)(জুমুআৰ দিনা= ছালাতুল জুম্মা নহয়-নোট) ৫:৫৯(আমি আল্লাহৰ প্ৰতি আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছে তাত ঈমান আনিছো আৰু নিশ্চয় তোমালোকৰ অধিকাংশই ফাছিক্ব)। . (🧿টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক🧿)। 🧿৫:৫৪ يَا أَيُّهَا الَّذِينَ آمَنُوا مَنْ يَرْتَدَّ مِنْكُمْ عَنْ دِينِهِ فَسَوْفَ يَأْتِي اللَّهُ بِقَوْمٍ يُحِبُّهُمْ وَيُحِبُّونَهُ...