🎯Part-214(11:96-107)Hud
PART-214(11:96-107)HUD 🔵 https://youtu.be/kpajgCnCeZY #MUKTABULHUSSAIN ।।। 🏕️মিনি সূচিঃPART-214(11:96-107)HUD [The Wrongdoers and the Righteous(Verses 11:96–11:109)] . 11:96-97(The Story of Musa and Fir`awn) 11:100✅(Lessons to be Learned from Past-Note/Ref) 11:103✅(আখিৰাতৰ নমুনা-The Destruction of the Towns is a Proof of the Establishment of the Hour (Judgement) 11:104(The lastday: a term computed by God) 11:105✅(সেই দিনটোৰ সতৰ্কবাণীৰ বাবেই কোৰআন অৱতৰণ-verse/ref). 11:106-107✅(ref-সেইদিনা এই পৃথিৱী ভিন্ন পৃথিৱী আৰু আকাশসমূহলৈ ৰূপান্তৰিত হ’ব)(হতভাগ্য মানুহৰ অৱস্থা আৰু তেওঁলোকৰ গন্তব্য) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔵১১:৯৬(The Story of Musa and Fir`awn) وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِآيَاتِنَا وَسُلْطَانٍ مُبِينٍ আৰু অৱশ্যে আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো। (11:96 We sent Moses with Our revelations and a manifest authority (of self-evident truth). . [11:96] A...