Posts

Showing posts with the label ☪️Part: 232-(13:23-31)Ar-Raad

☪️Part: 232-(13:23-31)Ar-Raad

Part: 232-(13:23-31)Ar-Raad  ⬛ https://youtu.be/ITKOiS_kFe4 . 🏕️মিনি সূচিঃPart: 232-(13:23-31)Ar-Raad 13:23(স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে) 13:24✅(Greeting approved by God- سَلَامٌ عَلَيْكُمْ) 13:25(আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱা- Notes) 13:26(Increase and Decrease in Provision is in Allah's Hand) 13:28✅(Meaning: Remembering God(ذِكْرِ اللَّهِ) (by following His commands) 13:30(Our Prophet was sent to recite and call to Allah's Revelation) 13:31(আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব-Notes) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ⬛১৩:২৩ جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ স্থায়ী জা...