Posts

Showing posts with the label 🟦PART-270-(18:13-17)Al-Kahf

🟦PART-270-(18:13-17)Al-Kahf (The Cave)

🟪PART-270-(18:13-17)Al-Kahf (The Cave) 🟪VIDEO- https://youtu.be/ixTy6pk6xpI ।।। 🟪মিনি সূচিঃ PART-270-(18:13-17)Al-Kahf (এই ছুৰাৰ ১৮:৯ যুৱক সকলৰ লগত ১০:৮৩ ৰ মুছা আ:ছা:ৰ ওচৰত আল্লাহৰ একত্বৰ ঈমান অনা যুৱকৰ দলৰ লগত মিল আছে-mukta) 18:13(সেই ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলো) 18:14(যেতিয়া (সাৰ পাই) উঠি ক’লে, ‘আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক।) 18:17✅(বেহেস্তৰ নমুনাৰ দৰে-Note) ।।। 🟩১৮:১৩ نَحْنُ نَقُصُّ عَلَيْكَ نَبَأَهُمْ بِالْحَقِّ ۚ إِنَّهُمْ فِتْيَةٌ آمَنُوا بِرَبِّهِمْ وَزِدْنَاهُمْ هُدًى আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছো, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলো, . 🥀Verse: 18:13 And now (contrary to hearsay) We shall relate to you (O Prophet) their true history. Indeed, they were young men who truly believed in their Lord and We increased them in guidance(sa). . 🟩১৮:১৪ وَرَبَطْنَا عَلَىٰ قُلُوبِهِمْ إِذْ قَامُوا فَقَالُوا رَبُّنَا رَبُّ السَّمَاوَاتِ وَالْأَرْضِ لَنْ...