🟢Al-Baqarah[Part-2(2:1-7)]
Quran alone Part-2(2:1-7) ♻️অতি সুন্দৰভাৱে ছালাতৰ প্ৰসঙ্গটো বুজিব পৰাকৈ মুক্তাবুল হুছেইন চাহাবে উপস্থাপন কৰাৰ বাবে শ্ৰদ্ধেয় বক্তালৈ ছালামুন আলেইকুম। Quran.Assamese.Trananslation.Video. By.Muktabukhussain. Logon: muktabulresearchablequranvideo . ♻️Quran.Analysis.Compiled.Syedraf⬇️ . ♻️২:১ الم আলিফ-লাম-মীম . In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim). [2:1] A (Alif), L (Laam), M (Miim); . 📍Note-1 আলিফ-লাম-মীমঃ এই আখৰসমূহ আৰু ইয়াৰ দৰে আখৰসমূহ যিবোৰ কিছুমান ছুৰাৰ আৰম্ভণিতেই উল্লেখ আছে সেইবোৰক হুৰুফে মুকাত্তাআত বোলা হয়। 📍এইবোৰে কোৰআনৰ অলৌকিকতাৰ সংকেত বহন কৰে। 📍ইয়াৰ দ্বাৰা মুশ্বৰিকীন সকলক চেলেঞ্জ কৰা হৈছে। যদিও মুশ্বৰিকীনে আৰব ভাষাগতভাৱে সাহিত্যিক আছিল কিন্তু এই চেলেঞ্জ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, 📍হৰুফে মুকাত্তাআতৰ ৰহস্য, প্ৰকৃত মাহাত্ম্য আৰু সঠিক অৰ্থ কেৱল আল্লাহে জানে। . 📍Note-2 নোট-১ দিয়া কথাবোৰ আমি প্ৰায়েই পঢ়ি বা শুনি থাকো। কিন্তু উক্ত কথাবোৰ কোৰআনত পোৱা নাযায়। যদি হৰুফে মুকাত্তাআতৰ ৰহস্য, প্ৰকৃত ...