Posts

Showing posts with the label 🔴Part-94(4:141-147)HypocritesWillLowestHell

🔴An-Nisa[Part-94(4:141-147)]

Part-94(4:141-147) . 🍞https://youtu.be/gICnovkCank (#muktabulhussain) . 📍আজিৰ মন্তব্য: আমাৰ দৈনিক কোৰআন চৰ্চাৰ ধাৰাবাহিকতাত এটা কথা লক্ষ্য কৰিছো/কৰিছেযে, "মুনাফিক-The Hypocrites"ৰ বিষয়ে বৰকৈ আহি আছে। ইয়াৰ ওপৰত এটা চুৰাই আছে।৪:১৪১টোকাৰ-১ লিংক চাওঁক। . 🍞POINTS TO BE NOTED:94(4:141-147)The hypocrites will be in the lowest level of the Fire. 4:141-143{(The Hypocrites)(See Special Note-1(4:141)}. 4:144(মুমিনসকলৰ বাহিৰে কাফিৰসকলক ৱলি(أَوْلِيَاءَ-allies) গ্ৰহণ নকৰিবা। 4:145(The Hypocrites think that they are believers😂মুনাফিকসকল জাহান্নামৰ সৰ্বনিম্ন স্তৰত থাকিব). 4:146(Who repent, reform, hold fast to God's guidance alone will be counted among those who sincerely believe, the believers an immense reward). ।।।। (👉টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক)। 🍞৪:১৪১(The Hypocrites). الَّذِينَ يَتَرَبَّصُونَ بِكُمْ فَإِنْ كَانَ لَكُمْ فَتْحٌ مِنَ اللَّهِ قَالُوا أَلَمْ نَكُنْ مَعَكُمْ وَإِنْ كَانَ لِلْكَاف...