Posts

Showing posts with the label 🌗Part-182(09:77-85)

🌗At-Tawbah[Part-182(09:77-85)]

Part-182(9:77-85)At-Tawbah ✅VIDEO🏇- https://youtu.be/5rpocFjsx4g video. #muktabulhussain . 🔵 অনুৰোধ:🏇 মুক্তাবুল চাহাবৰ এই ভিডিঅ' চাব। তাত বিশেষকৈ আছে: 👇 👉অতি উচ্চ প্ৰৰ্য্যায়ৰ বিশ্লেষণ ডাঙি ধৰা হৈছে। 👉চাহাবাসকলৰ মাজতযে ভাল-বেয়া মানুহ আছিল সেই কথা এই খণ্ডটোত অতি স্পষ্ট ভাৱে দেখুৱাইছে।  👉৯:৮০ত বেয়া চাহাবাৰ জিন্দা অৱস্থাত ক্ষমা-প্ৰাৰ্থনা(تَسْتَغْفِرْ) নিষেধ। আৰু 👉৯:৮৪ত সেইসকলৰ মৃত্যু হলে তেওঁলোকৰ দফনৰ সময়টো কোনো সহায়-সহযোগ(تُصَلِّ) কৰাত নিষেধ। ।।। 🔰মিনি সূচিঃPart-182(9:77-85)At-Tawbah 👉See the video about Companions (Sahaba).They had Good and Bad. 9:77(Worldly Materials Are Nil-Note) 9:78(নিশ্চয় আল্লাহ গায়েব সম্পৰ্কে সম্যক অৱগত।) 9:79(Hypocrites defame Believers Who give the Little Charity They can afford) 9:80[The Prohibition of asking for Forgiveness for Hypocrites(living state)-Note] 9:81-82(Hypocrites rejoice because They remained behind from Tabuk!) 9:83(Hypocrites are barred from participating in Jihad). 9:84(এই আয়াতত "জানাজা-ছালাত'ৰ কথা কোৱা নাই-টোকা চাও...