🌕Al-Aa'raf[Part-157(07:154-157)]
Part-157(7:154-157)Al-Aa'raf 📗 https://youtu.be/0r9ySgt6wV4 #muktabulhussain video . 📗মিনি সূচিঃPart-157(7:154-157) 7:156(Importance of Charity and Social-See notes) 7:157(Ummi means👉WAS THE PROPHET MUHAMMAD (A.S.) REALLY ILLITERATE?- See very special notes) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 📗৭:১৫৪ وَلَمَّا سَكَتَ عَنْ مُوسَى الْغَضَبُ أَخَذَ الْأَلْوَاحَ ۖ وَفِي نُسْخَتِهَا هُدًى وَرَحْمَةٌ لِلَّذِينَ هُمْ لِرَبِّهِمْ يَرْهَبُونَ আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত। . [7:154] And (Wa) when (Lammaa) the anger (El'Gadobu) was silent (Sakata) from (Ån) Moses (Muusa), he took (Akhaza) the tablets (El'Al'waaha); and (Wa) in (Fii) their transcription (Nus'khati-haa) was guidance (Hudan) and mercy (Rah'matun) for those (Lillaziina) who (Hum') reverenced...