Posts

Showing posts with the label 🎁285(19:37-50)Maryam

🎁285(19:37-50)Maryam(Mary)

🏕️285(19:37-50)Maryam(Mary) 🏕️ https://youtu.be/sA9mU3EdQ20 ।।। 🏕️মিনি সূচিঃ285(19:37-50)Maryam ১৯:৪১(Ibrahim (Abraham), Ishaq (Isaac), Yacob (Jacob)): "আৰু স্মৰণ কৰা এই কিতাবত ইব্ৰাহীমক, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।" ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟨১৯:৩৭ فَاخْتَلَفَ الْأَحْزَابُ مِنْ بَيْنِهِمْ ۖ فَوَيْلٌ لِلَّذِينَ كَفَرُوا مِنْ مَشْهَدِ يَوْمٍ عَظِيمٍ তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য। . 📍Verse/Note: 19:37 And yet, the sects [that follow the Bible] are at variance among themselves [about the nature of Jesus* Woe, then, unto all who deny the truth when that awesome Day will appear!**(as). Note* I.e., either rejecting him entirely, as do the Jews, or-as is the case with the Christians deifying him. Note** Lit., "from the manifestation (mashhad) of an awesome Day", i.e., the Day of...