🌐Part-193(10:23-27)Unus
Part-193(10:23-27)Yunus 🔵 https://youtu.be/sjAeCxqP5n8 #muktabulhussain video . 🔰মিনি সূচিঃPart-193(10:23-27)Unus 10:23(আল্লাহে যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰে) 10:24(When Humans Are Intoxicated With Arrogance For Their Technological Achievements👉সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি?) 10:25(আল্লাহে যাক ইচ্ছা সৰল পথত পৰিচালিত কৰে-Note) 10:26(Rewad of good doers- Do/Don't per Quran- see long list link) 10:27(ref-বেয়া কামৰ বাবে জাহান্নাম তাত সিহঁত চিৰস্থায়ী হ’ব) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔵১০:২৩ فَلَمَّا أَنْجَاهُمْ إِذَا هُمْ يَبْغُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ ۗ يَا أَيُّهَا النَّاسُ إِنَّمَا بَغْيُكُمْ عَلَىٰ أَنْفُسِكُمْ ۖ مَتَاعَ الْحَيَاةِ الدُّنْيَا ۖ ثُمَّ إِلَيْنَا مَرْجِعُكُمْ فَنُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! তোম...