Posts

Showing posts with the label 🔵 Part-102(05:07-11)YouCovenantBinding1:5.WorkGoodDeeds.Don'tFalseWitness.

🔵 Al-Maidah[Part-102(05:07-11)]

Part:102(05:07-11) 🌈https://youtu.be/3TBG4iN5GKQ (#muktabulhussain). . 🌈আজিৰ-মন্তব্যঃ যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোক  ক্ষমা আৰু মহাপুৰস্কাৰ দিব।। ইয়াৰ বিপৰীতে যি কোৰআন অস্বীকাৰ কৰিছে, সিহঁতেই প্ৰজ্বলিত জুইৰ আধিবাসী৫:৯-১০। ।।।।  🌈মিনি-সূচিঃ102(05:07-11) 5:7(You Covenant  binding, when you said "আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ,1:5)-see note)। 5:8(You Shall Not Bear False Witness). 5:9(যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে  তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰস্কাৰ।-see note). 5:10(আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই প্ৰজ্বলিত জুইৰ আধিবাসী।-see note) 5:11(God Defends the Believers-see note). . (👉টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক)। 🌈৫:৭ وَاذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ وَمِيثَاقَهُ الَّذِي وَاثَقَكُمْ بِهِ إِذْ قُلْتُمْ سَمِعْنَا وَأَطَعْنَا ۖ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ عَلِيمٌ بِذَاتِ الصُّد...