Posts

Showing posts with the label 🕋PART-237(14:19-25)Ibrahim

🕋PART-237(14:19-25)Ibrahim

PART-237(14:19-25)Ibrahim 🟩 https://youtu.be/3JqCbxlJqFo (WORD BY WORD MEANING-SEE BOTTOM) ।।।। 🏕️মিনি সূচিঃPART-237(14:19-25)Ibrahim 14:19-20(The system of the universe is a clear proof to show that Allah's plan is to produce positive  results-ref) 14:22✅(মানুহৰ চয়তানি কাম কাজৰ বাবে চয়তান দোষী নহয়। ইয়াৰ বাবে নিজৰ নফস জগৰীয়া[The real Satan is man's own complex of desires(an-nafs)-See Notes] 14:23(Note on Salam) 14:24(Kalimatan Tayyebah-ref43:84, 35:10)  14:25✅(এই কোৰআনত মানুহৰ বাবে সৰ্বপ্ৰকাৰ দৃষ্টান্ত উপস্থাপন কৰা হৈছে, যাতে মানুহে উপদেশ গ্ৰহণ কৰিব পাৰে।) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟩১৪:১৯ أَلَمْ تَرَ أَنَّ اللَّهَ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۚ إِنْ يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍ جَدِيدٍ তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে আকাশসমূহ আৰু পৃথিৱী যথাযথভাৱে সৃষ্টি কৰিছে💡? তেওঁ ইচ্ছা কৰিলে তোমালোকৰ অস্তিত্ব বিলোপ কৰিব পাৰে আৰু নতুন এটা সৃষ্টিক অস্তিত্বত আনি...