🌗At-Tawbah[Part-175(09:21-27)]
Part-175(9:21-27)At-Tawbah 🔷 https://youtu.be/JaYw0MKk5Fw Video #muktabulhussain . 🔷মিনি সূচিঃPart-175(9:21-27) ♨️ উক্ত ভিডিঅ'ত কমেণ্ট আছে। 9:23-24(The Prohibition of taking the Idolators as Supporters, even with Relatives-Note) 9:25-27(The unseen army-see notes-The Outcome of Victory by Way of the Unseen Aid) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔷৯:২১ يُبَشِّرُهُمْ رَبُّهُمْ بِرَحْمَةٍ مِنْهُ وَرِضْوَانٍ وَجَنَّاتٍ لَهُمْ فِيهَا نَعِيمٌ مُقِيمٌ তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত। . [9:21] Their LORD (Rabbu-hum) gives them good news of (Yubas'shiru-hum Bi) mercy (Rah'matin) and (Wa) approval (Rid'waanin) from HIM (Min'hu) as well as (Wa) gardens (Jannaatin) for them (Lahum)wherein (Fiiha) is permanent (Muqiim) bliss (Naeemun), . 🔷৯:২২ خَالِدِينَ فِيهَا أَبَدًا ۚ إِنَّ اللَّهَ عِنْدَهُ أَج...