🌕Al-Aa'raf[Part-159(07:164-171)]
Part-159(7:164-171)Al-Aa'raf 🟫 https://youtu.be/5QGrqzqsXec #muktabulhussain video . 🟫মিনি সূচিঃPart-159(7:164-171) 7:164(Mocking and Ridiculing God's Message-see notes) 7:166( যিসকলে বিশ্ৰামবাৰ (subbat) সম্পৰ্কে সীমালংঘন কৰিছিল । ফলত আল্লাহে সিহঁতক কৈছিল, ‘তোমালোক নিকৃষ্ট বান্দৰৰ দৰে হৈ যোৱা-see notes) 7:168(আল্লাহে সিহঁতক মঙ্গল আৰু অমঙ্গলৰ দ্বাৰা পৰীক্ষা কৰিছে, যাতে সিহঁতে প্ৰত্যাৱৰ্তন কৰে।) 7:1169-170(যিসকলে কিতাবক দৃঢ়ভাৱে ধাৰণ কৰে আৰু ছালাত কায়েম কৰে; নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণসকলৰ শ্ৰমফল বিনষ্ট নকৰে।তাক্বৱাৰ অধিকাৰী হ’ব পাৰে’। 7:171(শনিবাৰে(restday) সীমালংঘন নকৰিবা’, আৰু আল্লাহে সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল।-see Note) . 🟫৭:১৬৪(Mocking and Ridiculing God's Message). وَإِذْ قَالَتْ أُمَّةٌ مِنْهُمْ لِمَ تَعِظُونَ قَوْمًا ۙ اللَّهُ مُهْلِكُهُمْ أَوْ مُعَذِّبُهُمْ عَذَابًا شَدِيدًا ۖ قَالُوا مَعْذِرَةً إِلَىٰ رَبِّكُمْ وَلَعَلَّهُمْ يَتَّقُونَ আৰু স্মৰণ কৰা, যেতিয়া সিহঁতৰ দল এটাই কৈছিল, ‘আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব, তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়...