Posts

Showing posts with the label 🟥খণ্ডঃ-২১৮(১২:৭-১৭)ইউছুফ

🟥খণ্ডঃ-২১৮(১২:৭-১৭)ইউছুফ

খণ্ডঃ ২১৮-(১২:৭-১৭)ইউছুফ(Joseph) ফে:বু:+ব্লগঃ বিশ্লেষণাত্মক কোৰআন চৰ্চা ইউটিউবঃ একমাত্ৰ পথ 🟦 https://youtu.be/JnFbIGuu28c ।।। 🏕️ মিনি সূচিঃখণ্ডঃ ২১৮-(১২:৭-১৭)ইউছুফ 12:7(There are Lessons to draw from the Story of Yusuf) 12:9[Joseph's (Yuusufu) Fate Already Decided by God] 12:13(Ya`qub's Answer to Their Request)/ 12:15(Yusuf is thrown in a Well) ✅[Consensus (ijma) has been accepted by those who deserted(প্ৰত্যাখ্যান/পৰিত্যজ) the Quran-See Note] 12:16(Yusuf's Brothers try to deceive Their Father) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟦১২:৭(There are Lessons to draw from the Story of Yusuf). ۞ لَقَدْ كَانَ فِي يُوسُفَ وَإِخْوَتِهِ آيَاتٌ لِلسَّائِلِينَ অৱশ্যে ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে বহুতো নিদৰ্শন আছে। (Lit., "those who inquire"). . [12:7] There are (Kaana) certainly (Laqad') signs (Aayaatun) for the questioners (Lis' Saa'iliin) regarding (...