Posts

Showing posts with the label 🌕Part-160(07:172-179)EveryonePromisedToGod.NoBurdenofOthers.LastChanceToComeBackQuran.DeattachedQuranSaitanFollows.DeafDambLikeAnimal

🌕Al-Aa'raf[Part-160(07:172-179)]

Part-160(7:172-179)Al-Aa'raf 🌕 https://youtu.be/9ttyyoocQ90 #muktabulhussain video . 🌕মিনি সূচিঃPart-160(7:172-179) 7:172-174[প্ৰত্যেক মানুহেই আল্লাহৰ ওচৰত অঙ্গীকাৰবদ্ধ(Promise)][আমি মানৱজাতি আল্লাহ সম্পর্কে সহজাত জ্ঞান(Genetic Program) লৈয়ে জন্মগ্রহণ কৰিছো-see note] 7:173(অতীতৰ বাপ-দাদাই যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।)(কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব।) 7:174(Last chance to return to Quran). 7:175-176(কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে,-Note)(যি আয়াতৰ পৰা বিচ্ছিন্ন তাৰ পিছ লয়  চয়তানে।) 7:179(সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে,-Note) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🌕৭:১৭২(We Are Born With the Genetic Program To Infer the Creator of Universe). وَإِذْ أَخَذَ رَبُّكَ مِنْ بَنِي آدَمَ مِنْ ظُهُورِهِمْ ذُرِّيَّت...