🎯Part-207(11:34-44)Hud
PART-207(11:34-44)HUD 🔵 https://youtu.be/HkzO-J1GzRI #MUKTABULHUSSAIN video ।।। 🏕️মিনি সূচিঃPART-207(11:34-44)HUD [নূহ(আ:ছা:) তেওঁৰ সম্প্ৰদায়ৰ মাজত ৯৫০ বছৰ আছিল-See bottom🐦🦜](Story/সাধুকথা/কাহিনী=الْقِصَاصُ(2:178). RealStory/fact/=(2:179)الْقَصَصَ). 11:34✅(THE SEALING ATTRIBUTED IS Sunnat-Allah: minutes analysis-see Link Note) 11:35-36(An Interruption to verify the Truthfulness of the Prophet) 11:40✅(নুহ আঃছাঃ-সাধাৰণ বিশ্বাসৰ বিপৰীতে, বানপানী আজিৰ মৃত সাগৰৰ আশেপাশে অঞ্চলৰ ভিতৰত সীমাৱদ্ধ আছিল আৰু পশু-পক্ষী নুহৰ ঘৰচীয়া পশু আছিল; পৃথিবীত বসবাসকৰা প্রত্যেকটো প্রাণী নহয়-Noah's ark was a simple watercraft made of logs connected with ropes-See special note-3)(Noah's wife and son did not embark) 11:44(নুহৰ(আ,ছা,)নাওঁখন আল-জুদী পৰ্বতৰ ওপৰত স্থিৰ হ’ল-Geography of the Mount Al-Judi-See note) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔵১১:৩৪ وَلَا يَنْفَعُكُمْ نُصْحِي إِنْ أَرَدْتُ أَنْ أَنْصَحَ لَكُ...