Posts

Showing posts with the label ☪️PART-231(13:15-22)Ar-Raad

☪️PART-231(13:15-22)Ar-Raad

PART-231(13:15-22)Ar-Raad 🆔 https://youtu.be/d5tBLvjwXlw . 🏕️মিনি সূচিঃPART-231(13:15-22)Ar-Raad 13:15✅(All Creation Has Submitted to God-সূৰ্য আৰু পৃথিৱীৰ ছিজদাহ হৈছে বস্তুৰ "ছাঁ", তাৰ প্ৰমাণ Solar Clock) 13:16(অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে?-Note) 13:17✅(তাক্বৱা অৱলম্বনৰ বাবে আল্লাহে বিভিন্ন উপমা/উদাহৰণ দিয়ে। এয়া কেৱল জ্ঞানীসকলৰ বাবেহে-See reffered verses-link) 13:18(যিসকলে কুফৰী কৰিছে, বিচাৰৰ দিনা সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময়স্বৰূপে প্ৰদান কৰিলেও সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব।-References) 13:19(The Believer and the Disbeliever are never Equal) 13:20-24✅(আল্লাহৰ লগত কৰা অঙ্গীকাৰ("bond with God") পূৰ্ণ কৰে আৰু প্ৰতিজ্ঞা("covenant") -See Note)(ref:jugular vein-50:16) ।।।। 🆔১৩:১৫(All Creation Has Submitted to God) وَلِلَّهِ يَسْجُدُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ طَوْعًا وَكَرْهًا وَظِلَالُهُمْ بِالْغُدُوِّ وَالْآصَالِ ۩ আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্ব-ইচ্ছাই হওঁক নাইবা অনিচ্ছাই হওঁক আল্লাহক ছাজদাহ🔖 কৰে আৰু পুৱা-গধ...