Posts

Showing posts with the label 🌐Part-195(10:35-44)Yunus

🌐Part-195(10:35-44)Yunus

Part-195(10:35-44) Yunus #muktabulhussain video= 🟢 https://youtu.be/glBn-vBGGFI . 🌀মিনি সূচিঃPart-195(10:35-44) Yunus 10:35-36(Do Not Follow Jesus, Muhammed, But Follow The Message/The Messenger-Note)(সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে-Note) 10:37(কোৰআনৰ আগত যি অৱতীৰ্ণ হৈছে তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যাই কোৰআন।-Note) 10:39-40(কোৰআনৰ কোনো বিষয়ৰ জ্ঞান আয়ত্ত কৰা নাই নেকি? নে প্ৰকৃত পৰিণতিৰ বাবে ৰৈ আছে?-পৰিণতি যালিম) 10:41(ref:তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।) . ।।। 🟢১০:৩৫ قُلْ هَلْ مِنْ شُرَكَائِكُمْ مَنْ يَهْدِي إِلَى الْحَقِّ ۚ قُلِ اللَّهُ يَهْدِي لِلْحَقِّ ۗ أَفَمَنْ يَهْدِي إِلَى الْحَقِّ أَحَقُّ أَنْ يُتَّبَعَ أَمَّنْ لَا يَهِدِّي إِلَّا أَنْ يُهْدَىٰ ۖ فَمَا لَكُمْ كَيْفَ تَحْكُمُونَ কোৱা, ‘তোমালোকে যিসকলক অংশী স্থাপন কৰা সিহঁতৰ মাজত এনে কোনোবা আছে নেকি যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে’? কোৱা, ‘আল্লাহেই সত্যৰ পথ নিৰ্দেশ কৰে। তেনেহ’লে (কোৱাচোন) আনুগত্যৰ বেছি হকদাৰ কোন? যিজনে সত্যৰ পথ নিৰ্দেশ দিয়ে তেওঁ, নে যাক পথ নেদেখুৱালে পথ বিচাৰি নাপায় সেইজন...