Posts

Showing posts with the label 🟤Part-168(08:41-46)NoBadrWarGanim.ObeyAllahAndRasol.AllahWithPatient

🟤Al-Anfãl[Part-168(08:41-46)]

🔵Part-168(8:41-46)Al-Anfãl 👉বিঃটোকাঃ যুদ্ধ আৰু আনফাল।। এই খণ্ডটো বুজিবলৈ মুক্তাবুল চাহাবৰ ভিডিঅ' চাব। 🔵https://youtu.be/805MDsVL7yE #muktabulhussain video . 🔵মিনি সূচিঃPart-168(8:41-46) 8:41(যুদ্ধ আৰু আনফাল-See the above video and corresponding special notes) 8:42(God Controls Everything and Plans for the Believers) 8:43(Sleep and Dream-Note) 8:44(আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে।) 8:45(সহায় কেৱল আল্লাহৰ পৰাই আহে) 8:46(তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা-See sp notes) . 🟣৮:৪১ ۞ وَاعْلَمُوا أَنَّمَا غَنِمْتُمْ مِنْ شَيْءٍ فَأَنَّ لِلَّهِ خُمُسَهُ وَلِلرَّسُولِ وَلِذِي الْقُرْبَىٰ وَالْيَتَامَىٰ وَالْمَسَاكِينِ وَابْنِ السَّبِيلِ إِنْ كُنْتُمْ آمَنْتُمْ بِاللَّهِ وَمَا أَنْزَلْنَا عَلَىٰ عَبْدِنَا يَوْمَ الْفُرْقَانِ يَوْمَ الْتَقَى الْجَمْعَانِ ۗ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ ব...