🌀POINTS TO BE NOTED:121(1-165)-Al-An'am
📍121-মিনি সূচিঃPart-121(6:01- 06) 👈fb 6:1(All praise is due to Allah) 6:2(Time is determined according to Allah's laws) 6:3(Allah knows all that you keep secret) 6:4(They do not Witness the Signs) 6:5(Disbelievers are denying this truth as it has come to them) 6:6(Allah destroyed many generations for their sins, and established after them a new generation.) ++ 📍122-মিনি সূচিঃPart-122 (6:07-20) 👈fb ৬:৭(আকাশৰ পৰা চিধাই কোৰআনখন আহি যোৱা হলেও কাফিৰে বিশ্বাস নকৰি ক'ব,ই যাদু-নোট) ৬:৮-৯(মানুহে দেখাকৈ ফিৰিস্তা আল্লাহে নপথাই, পথালে শেষ বিচাৰ আৰম্ভ হৈ যাব) ৬:১১( মিছলীয়াৰ পৰিনাম বৰ বেয়া) ৬:১২(আল্লাহে নিজৰ ওপৰত 'দয়াক'🦋 কৰ্তব্য হিচাপে লিখি লৈছে-নোট) ৩:১৪{পেগন কোৰেইছসকলৰ মাজত মহম্মদেই (আ:ছা:) প্ৰথম ইছলাম/মুছলিম আছিল-নোট} ৬:১৫(কোৱা(ম:), ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰো, তেন্তে নিশ্চয় মই মহা দিৱসৰ শাস্তিৰ পৰা ভয় কৰো’) ৬:১৭(আল্লাহে যদি বিপদ দিয়ে, তেন্তে তেওঁৰ বাহিৰে আন কোনেও তাক দূৰ কৰিব নোৱাৰে, আৰু যদি তেওঁ তোমাক কল্যাণ কৰে তাক কোনেও ৰোধিব নোৱাৰে) ৬:১৯(মহম্মদে (আ:ছা:) কেৱল ক...