Posts

Showing posts with the label 🟢Part-17(2:141-147)

🟢Al-Baqarah[Part-17(2:141-147)]

Pt.17(2:141-147) 🟣কোৰআন-মুক্তাবুল-ভাষণঃ  https://youtu.be/2ATR65AJeH0 ।।।। 🟠তলৰ ভিদিঅ'টো চাব। তাত ২:১৪৪/ডেন-গিবছনৰ কিবলাৰ বিষয়ে অলপ কোৱা হৈছে:  https://youtu.be/azwbOR1XLQA 🔴।।।। কোৰআনৰ কিবলা মানে বিশ্বাসৰ দিশ (direction of faith)। অৰ্থাৎ direction of millat Ibrahim পঢ়কঃ  https://fb-ahsanal.blogspot.com/2021/08/millat-ibrahim-assl67-7371exarticle.html?m=1 ।।।। 🌈২:১৪১ تِلْكَ أُمَّةٌ قَدْ خَلَتْ ۖ لَهَا مَا كَسَبَتْ وَلَكُمْ مَا كَسَبْتُمْ ۖ وَلَا تُسْأَلُونَ عَمَّا كَانُوا يَعْمَلُونَ তেওঁলোক আছিল এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব। . [2:141] That (Til'ka) was a nation (Ummatun) which had already (Qad') passed (Khalat'). It will have  (Lahaa) what (Maa) it earned (Kasabat'), and (Wa) you will have (Lakum) what (Maa) you have earned  (Kasab'tum'). And (Wa) you will not (Laa) be questioned (Tus'aluuna) abo...