🎯Part-215(11:108-113)Hud
Part-215(11:108-113)Hud 🟢 https://youtu.be/wdHCEIUMYXU #muktabulhussain video . 🏕️মিনি সূচিঃPart-215(11:108-113)Hud The Wrongdoers and the Righteous (Verses 11:96–11:109) Believers are Comforted (Verses 11:110–11:123) ।।। 11:107-108✅(After the end of the world: The current Universe will be dismantled for a new Universe-Note) 11:109(Following Our Parents Blindly A Great Human Tragedy) 11:110(মুছাক কিতাব প্ৰদান কৰা হৈছিল, তাৰ পিছত তাত মতভেদ ঘটিছিল-note) 11:112-113✅(transgress-note)(The Command to Stand Firm and Straight) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟢১১:১০৮ ۞ وَأَمَّا الَّذِينَ سُعِدُوا فَفِي الْجَنَّةِ خَالِدِينَ فِيهَا مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ إِلَّا مَا شَاءَ رَبُّكَ ۖ عَطَاءً غَيْرَ مَجْذُوذٍ আৰু যিসকল সৌভাগ্যৱান তেওঁলোক থাকিব জান্নাতত, তাত তেওঁলোক চিৰস্থায়ী হ’ব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ ৰব অনুৰূপ ইচ্ছা নকৰালৈকে; এইটো এটা নিৰৱচ্ছিন্ন পুৰস্কা...