Posts

Showing posts with the label 🌐Part-200(10:82-92)Yunus

🌐Part-200(10:82-92)Yunus

PART-200(10:82-92)Yunus-14.03.2022 🟣 https://youtu.be/nOV_7s-bc9M #muktabulhussain 's video-13.03.2022 . 🔰মিনি সূচিঃPART-200(10:82-92)Yunus (👉this✔️sign marked Important👈) 10:82✔️(Haq-الْحَقَّ means Quran-See note) 10:83(ফিৰআউন আছিল পৃথিৱীত শক্তিশালী আৰু সি নিশ্চয় সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত আছিল।) 10:84-86✔️[The importance of trusting (Tawakkal) in God-Link)](Musa encouraged His People to put Their Trust in Allah) 10:87✔️(Salat Qibla to Masjidil Haram? -No. Meaning of Qibla-See Short-Video/Notes) 10:88-89(Musa supplicated against Fir'awn and His Chiefs বদদোৱা)(দুয়োৰে দুআ কবুল কৰা হ’ল।) 10:90-92✔️[ref-গোটেই জীৱন ভুল কাম কৰি মৰাৰ সময়ত তৌৱাহ/ঈমান আনি লাভ নাই(40:84-85, 4:17-18)-Note/link][What is Repentance(তওবাহ)?-See extreme bottom) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟣১০:৮২ وَيُحِقُّ 👈اللَّهُ الْحَقَّ👉 بِكَلِمَاتِهِ وَلَوْ كَرِهَ الْمُجْرِمُونَ আৰু অপৰাধীসকলে অপ্ৰীতিকৰ বুলি অনুভৱ ক...