🔵 Al-Maidah[Part-114(05:73-77)]
Part-114(5:73-77) 🌈 https://youtu.be/hriAiU3gEjs (#muktabulhussain) . 🌈আজিৰ মন্তব্য: তোমালোকে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো ক্ষতি বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে? তোমালোকে সত্যৰ বাহিৰে নিজ দ্বীনৰ বিষয়ে সীমালংঘন নকৰিবা-৫:৭৬-৭৭ ।।।। 🌈মিনি সূচিঃ 5:73(Those who believe in the trinity are also Kafireen-see notes) 5:74(Repentance: what is it?-See note) 5:75(The Messiah, son of Mary (Mar'yama), was only a messenger as Muhamma-3:144-See Note) 5:76(Are you worshipping besides GOD?-See note) 5:77(Do not exceed the limits of your Deen and do not say anything about it except the truth). ।।।। (🧿টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক🧿) 🌈৫:৭৩ لَقَدْ كَفَرَ الَّذِينَ قَالُوا إِنَّ اللَّهَ ثَالِثُ ثَلَاثَةٍ ۘ وَمَا مِنْ إِلَٰهٍ إِلَّا إِلَٰهٌ وَاحِدٌ ۚ وَإِنْ لَمْ يَنْتَهُوا عَمَّا يَقُولُونَ لَيَمَسَّنَّ الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابٌ أَلِيمٌ সিহঁতে অৱশ্যে কুফৰী কৰিছে- যিসকলে কয়, ‘আল্লাহ...