🔵 Al-Maidah[Part-101(05:04-06)]
Part-101(05:04-06) 🌉https://youtu.be/x8Qyd1oDKIg (#muktabulhussain) . 🌉আজিৰ-মন্তব্যঃ আয়াত ৫:৬ৰ বাবে ভিডিঅ' আৰু টোকা-২ এই চিহ্নত🔵চাব। তাত অতি গুৰুত্বপূৰ্ণ অজুৰ বিশেষ কথা আলোচনা কৰা হৈছে। ।।।। 🌉মিনি-সূচি: 5:4(Dogs are shown here to be perfectly acceptable as pets and hunters and muslims are permitted to eat animals and birds caught by them-see note). 5:5(Pay groom’s gift to the bride,the Mahr)(Muslim women are allowed to marry Muslim men only)-see notes. 5:6(Ablution for Sala-The Quran, which is complete, and sufficiently detailed, describes ablution in four steps. We should not add more steps to it-see note)(Tayammum= Dry ablution-see note)(🔵তলৰ লিংকত Leg and Footৰ পাৰ্থক্য চাব। কোৰআনে কৈছে Leg অৰ্থাৎ আঠুৰ পৰা সৰু গাঁঠিলৈ মছেহ/মোহাৰা। এই বিষয়ে ভিডিঅ'ত সুন্দৰকৈ বুজোৱা হৈছে,চাব:Note-2 ).চাব। . (👉টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক)। 🌉৫:৪ يَسْأَلُونَكَ مَاذَا أُحِلَّ لَهُمْ ۖ قُلْ أُحِلَّ لَكُم...