Posts

Showing posts with the label 🟨Part-302(21:30-41)Al-Anbyã

🟨Part-302(21:30-41)Al-Anbyã'(The Prophets)

🟥Part-302(21:30-41)Al-Anbyã'(The Prophets) 🟥 https://youtu.be/S9j_RnaLNeg মুক্তাবুল ।।। 🟥মিনি সূচিঃPart-302(21:30-41)Al-Anbyã ➡️আয়াত নং ২১:৩০ত নষ্টালজিয়াৰ কিছুকথা। ➡️তলৰ চাৰিটা আয়াতত(২১:৩০-৩৩) বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা উদাহৰণ আল্লাহে দিছে: ২১:৩০✅(THE BIG BANG THEORY-See notes) (কেৱল আল্লাহে বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ ওপৰত নিৰপেক্ষ সাৰ্বভৌমত্বৰ অধিকাৰী।) ২১:৩১✅(সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে-টোকা চাব) ২১:৩২✅(আল্লাহে আকাশক কৰিছে সুৰক্ষিত চাদ-টোকা চাব) ২১:৩৩✅(Sun’s Orbit-টোকা চাব) ২১:৩৪(Mortality-note)(ref-Muhammad.a.s. is "but a mortal like yourselve) ২১:৩৫(প্ৰতিটো জীৱই মৃ্ত্যুৰ সোৱাদ গ্ৰহণ  কৰিব-كُلُّ نَفْسٍ ذَائِقَةُ الْمَوْتِ) ২১:৩৬(সকলো মেচেঞ্জাৰক উপহাস কৰা হৈছিল) ২১:৩৭(মানুহ প্ৰকৃতিগতভাৱেই বৰ বেছি শীঘ্ৰতাপ্ৰিয় -টোকা) ২১:৩৮(কিয়ামত ‘কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰত ।।। 🟥আয়াত নং ২১:৩০ত নষ্টালজিয়াৰ কিছুকথা। লিংকত চাওঁক: https://muktabulraf.blogspot.com/2022/07/blog-post_18.html?m=1 ।।। 🌐১-টোকাঃ ইয়াত প্ৰকাশিত ...