⚫ Al-An'am[Part-133(06:111-117)]
Part-133(6:111-117) 🌈 https://youtu.be/yrS0y3cZ1iM (#muktabulhussain) . 🌈মিনি সূচিঃ(imp🩸washed)133(6:111-117) 6:111(আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান নানিব; কিন্তু সিহঁতৰ অধিকাংশই মূৰ্খ) 6:112-114(Hadith & Sunna: Fabrications by the Prophet's Enemies-Notes) 6:114(Quran is fully detailed and contains everything we need-See imp note) 6:115(None can change Allah's Words)(Abrogation is the biggest lie against the Quran-2:106) 6:116(No Guess in Islam -Note) 6:117(Only your Lord knows who stray and those who are rightly guided) . 🌈৬:১১১ ۞ وَلَوْ أَنَّنَا نَزَّلْنَا إِلَيْهِمُ الْمَلَائِكَةَ وَكَلَّمَهُمُ الْمَوْتَىٰ وَحَشَرْنَا عَلَيْهِمْ كُلَّ شَيْءٍ قُبُلًا مَا كَانُوا لِيُؤْمِنُوا إِلَّا أَنْ يَشَاءَ اللَّهُ وَلَٰكِنَّ أَكْثَرَهُمْ يَجْهَلُونَ আৰু আমি সিহঁতৰ ওচৰত ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা ক’লেও আৰু সকলো বস্তুক সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান নানিব; কিন্তু সিহঁতৰ অধিকাংশই মূৰ্খ। . [6:111] Even if (Walaw')...