⚫ Al-An'am[Part-136(06:137-142)]
Part-136(6:137-142) 🛖 https://youtu.be/m0QOdx-BrHo (#muktabulhussain) . 🛖মিনি সূচিঃPart-136(6:137-142) 6:137(Condemns the abortion)(সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই-ref quote-Note) 6:138(Religious Innovations Condemned)(তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি?-ref quote-See Note) 6:139(Further Discrimination against Females)(জিভাৰে বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা।-ref quote) 👉6:141.ZAKAT&SADAQA(Purify your Income by Sharing it Immediately With the Needy-Note-1,2) 6:142((ঘৰচীয়া জন্তৰ সৃষ্টি)(চয়তান তোমালোকৰ শত্ৰু)-Note . 🛖৬:১৩৭(Condemns the abortion) وَكَذَٰلِكَ زَيَّنَ لِكَثِيرٍ مِنَ الْمُشْرِكِينَ قَتْلَ أَوْلَادِهِمْ شُرَكَاؤُهُمْ لِيُرْدُوهُمْ وَلِيَلْبِسُوا عَلَيْهِمْ دِينَهُمْ ۖ وَلَوْ شَاءَ اللَّهُ مَا فَعَلُوهُ ۖ فَذَرْهُمْ وَمَا يَفْتَرُونَ আৰু এইদৰে বহুতো মুশ্বৰিকৰ দৃষ্টিত সিহঁতৰ শ্বৰীকসকলে সিহঁত...