🟦PART-278-(18:76-82)Al-Kahf(The Cave)
✴️PART-278-(18:76-82)Al-Kahf(The Cave) ✴️ https://youtu.be/BfDlUc5wues ।।। ✴️মিনি সূচিঃPART-278-(18:76-82)Al-Kahf ১৮:৭৬-৭৮(দুয়ো আগুৱাই গৈ গৈ এখন বেঁকা হৈথকা দেৱাল দেখি মুছাৰ(আ:ছা:) লগত থকা আল্লাহৰ বান্দাজনে বিনা পাৰিশ্ৰমিকে দেৱালখন চিধা কৰি দিয়াত মুছাই বিনামূলীয়াকৈ কিয় এনে কৰিলে প্ৰশ্ন কৰাত লগৰীয়াজনে সম্পৰ্কচ্ছেদ কৰি পিছত এইবোৰৰ ব্যাখ্যা কৰিবলৈ ধৰিলে) ১৮:৭৯(ব্যাখ্যা-১) ১৮:৮০-৮১(ব্যাখ্যা-২) ১৮:৮২-(ব্যাখ্যা-৩) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ১৮:৭৬ قَالَ إِنْ سَأَلْتُكَ عَنْ شَيْءٍ بَعْدَهَا فَلَا تُصَاحِبْنِي ۖ قَدْ بَلَغْتَ مِنْ لَدُنِّي عُذْرًا মুছাই ক’লে, ‘ইয়াৰ পিছত যদি মই আপোনাক কোনো বিষয়ে প্ৰশ্ন কৰোঁ তেন্তে আপুনি মোক লগত নাৰাখিব; মোৰ ফালৰ পৰা আপুনি উপযুক্ত ওজৰ পাইছে’। . ১৮:৭৭ فَانْطَلَقَا حَتَّىٰ إِذَا أَتَيَا أَهْلَ قَرْيَةٍ اسْتَطْعَمَا أَهْلَهَا فَأَبَوْا أَنْ يُضَيِّفُوهُمَا فَوَجَدَا فِيهَا جِدَارًا يُرِيدُ أَنْ يَنْقَضَّ فَأَقَامَهُ ۖ قَالَ لَوْ شِئْتَ لَاتَّخَذْتَ عَلَي...