Posts

Showing posts with the label 🟥খণ্ডঃ-২১৯(১২:১৮-২৫)ইউছুফ

🟥খণ্ডঃ-২১৯(১২:১৮-২৫)ইউছুফ

খণ্ডঃ-২১৯(১২:১৮-২৫)ইউছুফ(Joseph) ফে:বু:+ব্লগঃ বিশ্লেষণাত্মক কোৰআন চৰ্চা ইউটিউবঃ একমাত্ৰ পথ 🟪 https://youtu.be/nPdsiSfHTyQ ।।। 🏕️ মিনি সূচিঃখণ্ডঃ-২১৯(১২:১৮-২৫)ইউছুফ 12:18(তেওঁ (ইয়াকূবে) ক’লে, ‘নহয়, বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। ) 12:19(Yusuf is Rescued from the Well and sold as a Slave, he is Taken to Egypt) 12:20(সিহঁতে তাক অতি নগণ্য মূল্যত বিক্ৰী কৰি দিলে) 12:21(মিচৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল..) 12:22(Tested with Sexual Temptation) ✅(Wisdom and knowledge are granted to all those who benefit people since youth-ref) 12:23(যিজনী মহিলাৰ ঘৰত আছিল, সেইজনীয়ে তেওঁক কুপ্ৰৰোচনা দিলে) 12:25(মহিলাজনীয়ে পিছফালৰ পৰা তেওঁৰ চোলা ফালি পেলালে,) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟦১২:১৮ وَجَاءُوا عَلَىٰ قَمِيصِهِ بِدَمٍ كَذِبٍ ۚ قَالَ بَلْ سَوَّلَتْ لَكُمْ أَنْفُسُكُمْ أَمْرًا ۖ فَصَبْرٌ جَمِيلٌ ۖ وَاللَّهُ الْمُسْتَعَانُ عَلَىٰ مَا تَصِفُونَ আৰু সিহঁতে চোলাটোত মিছা তেজ লগাই...