🟢Al-Baqarah[Part-14(2:113-122)]
14-2:113-122Muktabul.Quran: #muktabulhussain https://youtu.be/s5YTPCJ9deo . ANALYSIS-SYEDRAF⬇️ 🟠২:১১৩ وَقَالَتِ الْيَهُودُ لَيْسَتِ النَّصَارَىٰ عَلَىٰ شَيْءٍ وَقَالَتِ النَّصَارَىٰ لَيْسَتِ الْيَهُودُ عَلَىٰ شَيْءٍ وَهُمْ يَتْلُونَ الْكِتَابَ ۗ كَذَٰلِكَ قَالَ الَّذِينَ لَا يَعْلَمُونَ مِثْلَ قَوْلِهِمْ ۚ فَاللَّهُ يَحْكُمُ بَيْنَهُمْ يَوْمَ الْقِيَامَةِ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ আৰু ইয়াহূদীসকলে কয়, ‘নাছাৰাসকলৰ কোনো ভিত্তি নাই’ আৰু নাছাৰাসকলে কয়, ‘ইয়াহূদীসকলৰ কোনো ভিত্তি নাই’ অথচ সিহঁতে কিতাব অধ্যয়ন কৰে। এইদৰে যিসকলে একোৱেই নাজানে সিহঁতেও সেই একেই কথাকে কয়। এতেকে যি বিষয়ে সিহঁতে মতভেদ কৰিছিল কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত (সেই বিষয়ে) মীমাংসা কৰি দিব। . [2:113] And (Wa) the Jews (El'Yahuudu) say (Qaalati), "The Christians (En'Nasoaraa) are not (Lai'sati) upon (Ålaa) anything (Shai'in)," while (Wa) the Christians (En'Nasoaraa) say (Qaalati), "The Jews (El'Yahuudu) are not (Lai'sati) upon (Ålaa) anything (Shai'in)," and (W...