⚫ Al-An'am[Part-124(06:33-44)]
Part-124(6:33-44) 🔵 https://youtu.be/QRVgJJKSEgE (#muktabulhussain) . 🔵মিনি সূচিঃPart-124(6:33-44) 6:33(যালিমসকলে💥 আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।-Note) 6:34(আল্লাহৰ বাণীসমূহৰ((Kalimaati-llahi)) কোনো পৰিবৰ্তনকাৰী নাই।"God's way" (sunnat Allah-سُنَّةَ اللَّهِ -See sp note) 6:35(God wants His servants to reflect and make free choices-Note) 6:36(যিসকলে শুনা পায় কেৱল সিহঁতেই আহ্বানত সঁহাৰি দিয়ে।) 6:37(কোৱা, ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰো। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’12:108- Note) 6:38(কোৰআনত আল্লাহে একো বাদ দিয়া নাই)(প্ৰতিটো প্ৰাণী প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত)-Note 6:39(আয়াতসমূহক যি অস্বীকাৰ কৰে, সিহঁত কলা আৰু বোবা, অন্ধকাৰত আছে।-Note) 6:40-44(সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছো, যাতে সিহঁতে অনুনয় বিনয় কৰে- see notes on every verse) ।।।। 🔵৬:৩৩ قَدْ نَعْلَمُ إِنَّهُ لَيَحْزُنُكَ الَّذِي يَقُولُونَ ۖ فَإِنَّهُمْ لَا يُكَذِّبُونَكَ وَلَٰكِنَّ الظَّالِمِينَ ...