Posts

Showing posts with the label 🌕[Part-146(07:44-52)]MuwajinAnAnnouncetBetParadiseHell.IfDenyingAkhirah.Majorityসৰ্বনাশী.IfDenyingQuran.QuranFullyDetailed

🌕Al-Aa'raf[Part-146(07:44-52)]

Part-146(7:44-52)Al-Aa'raf 📗 https://youtu.be/DEa8aezVEvw #muktabulhussain - video .  📗মিনি সূচিঃPart-146(7:44-52) 7:44{A Dialogue Between People of Paradise and Hell,  "an announcer" (mu'adhdhin)}. 7:45-46(Those denying Hereafter-note)(Identification Station-Note) 7:48-50(The Majority Doomed- গৰিষ্ঠ সংখ্যকেই সৰ্বনাশী)(Zannat-Jahannam-Note) 7:51(যিসকলে আয়াতসমূহক অস্বীকাৰ কৰিছিল-Note) 7:52(Quran: Fully Detailed-See notes) ।।। 📗৭:৪৪(A Dialogue Between People of Paradise and Hell). وَنَادَىٰ أَصْحَابُ الْجَنَّةِ أَصْحَابَ النَّارِ أَنْ قَدْ وَجَدْنَا مَا وَعَدَنَا رَبُّنَا حَقًّا فَهَلْ وَجَدْتُمْ مَا وَعَدَ رَبُّكُمْ حَقًّا ۖ قَالُوا نَعَمْ ۚ فَأَذَّنَ مُؤَذِّنٌ بَيْنَهُمْ أَنْ لَعْنَةُ اللَّهِ عَلَى الظَّالِمِينَ আৰু জান্নাতীসকলে জাহান্নামীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ প্ৰতিপালকে আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছিল সেয়া আমি সঁচাকৈয়ে পাইছো। কিন্তু তোমালোকৰ প্ৰতিপালকে তোমালোকক যি প্ৰতিশ্ৰুতি দিছিল সেয়া তোমালোকে সঁচাকৈয়ে পাইছানে? সিহঁতে ক’ব, ‘হয়’। তাৰ পিছত এজন ঘোষণাকাৰীয়ে সিহ...